অসম

হাগ্রামাৰ ৰিজ’ৰ্টত কি চলিছে?

২ বড়ো যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা যুৱকৰহাগ্ৰামা মহিলাৰীৰ পত্নীৰ মালিকানাধীন ৰিজ’ৰ্টত জঘন্য ঘটনা!বাথৌ খেৰাই ৰিজ’ৰ্টত ১৭ ছেপ্টেম্বৰৰ নিশাৰ ঘটনাউদ্দাম নৃত্যৰ মাজতে দুগৰাকী যুৱতীৰ শ্লীলতা...

১ তাৰিখলৈ ৰ’ব নালাগে, ২৯ ছেপ্টেম্বৰতে পাব দৰমহা!

চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। ২৯ ছেপ্টেম্বৰৰ পৰা দৰমহা পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে। দুৰ্গা পূজা উপলক্ষে সিদ্ধান্ত অসম চৰকাৰৰ। দৰমহা আগতীয়াকৈ মুকলি কৰি দিয়াৰ ঘোষণা হিমন্ত...

প্ৰথম ৬ মিনিটতে দুটাকৈ গ’ল, চন্দ্ৰপুৰত কোনে মাৰিলে শেষ হাঁহি?

চন্দ্ৰপুৰস্থিত ৰঙা ফিল্ডত অনুষ্ঠিত হৈ থকা পঞ্চম লেছি টাৰো সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় প্ৰথমখন চেমি ফাইনেল। প্ৰথমখন চেমি ফাইনেল পি.এছ.এ মণিপুৰ...

গঁড় সংৰক্ষণৰ সফলতাৰ কাহিনী বিশ্বজুৰি চৰ্চা

গঁড় দিৱসৰ দিনটোত বিশ্বজুৰি চৰ্চিত হৈছে কাজিৰঙাৰ গঁড় সংৰক্ষণৰ সফলতাৰ কাহিনী। ১৯০৫ চনত প্রায় ৭৫টা গঁড়হে বাচি আছিল কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত। ২০২২ চনত এই...

PFIৰে জড়িত AIUDF নেতা ফৰহাদ আলীক গ্ৰেপ্তাৰ!

PFIৰ সৈতে সম্পৰ্ক ওলাইছে AIUDFৰ। আৰক্ষীৰ জালত PFIৰ নেতা ফাৰহাদ আলী আহমেদ। ধৃত ফাৰহাদ PFIৰ ৰাজ্যিক মিডিয়া তত্বাবধায়ক। AIUDFৰ বৰপেটা জিলাৰ সম্পাদকৰ দায়িত্বত আছে...

Popular