১ তাৰিখলৈ ৰ’ব নালাগে, ২৯ ছেপ্টেম্বৰতে পাব দৰমহা!

চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ। ২৯ ছেপ্টেম্বৰৰ পৰা দৰমহা পাব ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে। দুৰ্গা পূজা উপলক্ষে সিদ্ধান্ত অসম চৰকাৰৰ। দৰমহা আগতীয়াকৈ মুকলি কৰি দিয়াৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। ২ অক্টোবৰৰ পৰা পূজাৰ বন্ধৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ দৰমহা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...