PFIৰে জড়িত AIUDF নেতা ফৰহাদ আলীক গ্ৰেপ্তাৰ!

PFIৰ সৈতে সম্পৰ্ক ওলাইছে AIUDFৰ। আৰক্ষীৰ জালত PFIৰ নেতা ফাৰহাদ আলী আহমেদ। ধৃত ফাৰহাদ PFIৰ ৰাজ্যিক মিডিয়া তত্বাবধায়ক। AIUDFৰ বৰপেটা জিলাৰ সম্পাদকৰ দায়িত্বত আছে ফাৰহাদ আলী। বিটিচি নিৰ্বাচনত কংগ্ৰেছৰ সমৰ্থনত AIUDFৰ প্ৰাৰ্থী হৈছিল ফাৰহাদ।

২০ নম্বৰ মঠনগুৰি সমষ্টিত কৰিছিল প্ৰতিদ্বন্দ্বিতা। বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে PFI তথা AIUDF ৰ নেতা ফাৰহাদক। AIUDFৰ কেবাজনো বিধায়কেৰে ঘনিষ্ঠ সম্পৰ্ক আছিল ফাৰহাদৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

১ নৱেম্বৰত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান; ৩০ গৰাকী কৰ্কট ৰোগীলৈ ১০ হাজাৰ টকাকৈ সাহাৰ্য

অহা ১ নৱেম্বৰত গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত...

ফুটবলৰ মহাৰণলৈ সাজু অসম! ২৭ অক্টোবৰৰ পৰা আৰম্ভ ৭১ সংখ্যক বৰদলৈ ট্ৰফী

অসমৰ ফুটবলপ্ৰেমীসকলৰ বাবে সুখবৰ। ৭১ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল...

মহিলাৰ গাত পৰিল প্ৰকাণ্ড লোহাৰ গেট, ICUত জীৱন-মৃত্যুৰে যুঁজ মহিলাগৰাকীৰ

লখিমপুৰৰ V2 মাৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মাৰ্টখনত...