অসম

তেজপুৰত মাইক্ৰ’ফাইনেন্স হিতাধিকাৰীৰ মাজত ঋণমুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ মন্ত্ৰী সিংহলৰ

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেজপুৰৰ কলেজিয়েট ফিল্ডত "অসম মাইক্ৰ'ফাইনেন্স উদ্‌গনি আৰু সকাহ আঁচনি, ২০২১"ৰ অধীনত শোণিতপুৰ...

‘এখন গ্ৰন্থ উন্মোচন মানে নতুনকৈ এটি শিশু জন্ম হোৱা’

"এখন গ্ৰন্থ উন্মোচন মানে নতুনকৈ এটি শিশু জন্ম হোৱা" – গ্ৰন্থ সন্দৰ্ভত এই মন্তব্য উন্মোচক জিতেন শৰ্মাৰ। ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে যেনেকৈ...

১০ হাজাৰ টকা উৎকোচ লৈ আটক BDO

ডবকাৰ বিন্নাকান্দি ব্লকৰ BDOক আটক কঠিয়াতলীত দুৰ্নীতি নিবাৰক শাখাই আটক কৰে BDOগৰাকীক শেৱালী চক্ৰৱৰ্তী পৰিল দুৰ্নীতি নিবাৰক শাখাৰ জালত গাড়ীত গৈ থকা অৱস্থাতে আটক কৰে BDOগৰাকীক ১০ হাজাৰ...

শাৰদীয় দুৰ্গোৎৱসলৈ মাজত মাত্ৰ ৪টা দিন, দুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যস্ততা

শাৰদীয় দুৰ্গোৎৱসলৈ মাজত মাত্ৰ ৪টা দিনদুৰ্গোৎসৱক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ব্যস্ততামৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পীপূজাথলী সমূহতো পাৰভঙা উচাহআটকধুনীয়া মণ্ডপেৰে ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণ...

পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

খোল–তাল, ঢোল, মাদলৰ ধ্বনিৰে উখল–মাখল কাজিৰঙাআৰম্ভ হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষএতিয়া আপুনিও প্ৰাণভৰি উপভোগ কৰিব পাৰিব নৈসৰ্গিক কাজিৰঙাৰ নান্দনিক দৃশ্য দেওবাৰে কাজিৰঙাৰ দুটা ৰেঞ্জত...

Popular