এসপ্তাহ ধৰি অসমসহ উত্তৰ-পূবত হ’ব বৰষুণ!

অসমত প্ৰবল বৃষ্টিপাতৰ আগজাননী। সোমবাৰৰ পৰা অসমসহ উঃ-পূবত মুষলধাৰ বৰষুণৰ আগলী বতৰা বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ। আগন্তুক এসপ্তাহলৈ গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত অসমৰ লগতে মেঘালয় আৰু নাগালেণ্ডতো বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে। অৰুণাচলৰ কোনো কোনো প্ৰান্ততো ধুমুহা-বৰষুণৰ আগলি বতৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...