বাছৰ চকা ফুটি নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা!

নগাঁৱৰ বৰঘাট বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল যাত্ৰীবাহী বাছ। গুৱাহাটী অভিমুখী বাছখনৰ চকা ফুটাত সংঘটিত হয় এই দুৰ্ঘটনা। বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিয়ে এখন দোকান।

পথৰ কাষত থকা এখন দোকান মহতিয়াই নিয়াত দুৰ্ঘটনাত নিহত হয় এগৰাকী মহিলা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা এখন পথাৰত সোমায় গৈ দুৰ্ঘটনা সংঘটিত কৰা বাছখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...