চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ স্কুটীৰ পৰা উদ্ধাৰ জাপে জাপে নকল

জোনাইত মেট্ৰিক পৰীক্ষাত নকলৰ পয়োভৰ। ৪ৰ্থ বৰ্গৰ কৰ্মচাৰীৰ স্কুটীৰ পৰা উদ্ধাৰ জাপে জাপে নকল।মূৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ওলাল নকল। আৰক্ষীয়ে আটক কৰিছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান

বিশিষ্ট কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ দেহাৱসান। ৮৯ বছৰ বয়সত মুম্বাইৰ...

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...