হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় দিনাও বিসংগতি

ডি এন হিমৎসিংকা হাইস্কুল পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত সালসলনি। সমাজ বিজ্ঞানৰ পৰিবৰ্তে আহিল সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত। সোমবাৰে আছিল মেট্ৰিকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা। প্ৰশ্নকাকত সালসলনিৰ বাবে পৰীক্ষা আৰম্ভ হোৱাত বিলম্ব। প্ৰশ্নকাকতৰ বিসংগতিক লৈ শিক্ষাৰ্থী-অভিভাৱকৰ মাজত হাহাকাৰ। দৌৰাদৌৰিকৈ থানাৰ পৰা সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত আনি পৰীক্ষা আৰম্ভ। কেন্দ্ৰটোত ১৫ মিনিট সময় পলমকৈ আৰম্ভ হয় পৰীক্ষা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আন এক ডাঙৰ সফলতা: ‘অগ্নি-৪’ পাৰমাণৱিক বেলাষ্টিক মিছাইলৰ সফল পৰীক্ষণ

ভাৰতে ওড়িশাৰ চান্দীপুৰত থকা সংৰক্ষিত পৰীক্ষণ কেন্দ্ৰৰ (Integrated Test...

NEET-UG প্ৰশ্নকাকত ফাদিল কাণ্ড: CBIৰ চাৰ্জশ্বীটত নাম সাঙোৰ খাইছে NTAৰ ৩ গৰাকী বিষয়-বিশেষজ্ঞৰ

NEET-UG 2026ৰ প্ৰশ্নকাকত ফাদিল সংক্ৰান্তত কেন্দ্ৰীয় তদন্ত সংস্থা (CBI)ই...

এতিয়াৰে পৰা বিনামূলীয়া হৈ নাথাকে UPI সেৱা! লোকসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক

ইউনাইটেড পেমেণ্টছ ইণ্টাৰফেচ (UPI) আৰু অন্যান্য সূচিত ইণ্ডিয়া ইলেকট্ৰনিক...