চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান যমুনামুখ আৰক্ষীৰ

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান যমুনামুখ আৰক্ষীৰ। অভিযানত হোজাইৰ পৰা আটক কৰা হয় ৩ চাইবাৰ অপৰাধীক। চক্ৰটোৱে হেক কৰিছিল মহাৰাষ্ট্ৰ চৰকাৰৰ চৰকাৰী একাউন্ট। কেৱল সেয়াই নহয়, চক্ৰটোৱে হৰলুকি কৰিছিল প্ৰায় ১ কোটি ২০ লাখ টকা। ধৃত অপৰাধী কেইটা ছামুছু জামান, মোবাৰক হুছেইন, ছফিকুৰ ৰহমান ৷ চাইবাৰ অপৰাধীৰ মাষ্টাৰমাইণ্ড আছিল ছামছু জামান৷ ছামছু জামান এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ অধ্যক্ষ৷ ৩ চাইবাৰ অপৰাধীক গতাই দিয়ে মেৰাঝাৰ আৰক্ষীক৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...