ৰাজ্যত এয়া হৈছে কি? ক’ত হেৰাইছে কিশোৰী

0 273

ৰাজ্যৰ ভিন্ন প্ৰান্তত ঘটিছে কিশোৰী নিৰুদ্দেশৰ ঘটনা। নাৰায়ণপুৰৰ মেৰমুখতো নিৰুদ্দেশ ২ কিশোৰী। শনিবাৰৰ পৰা সন্ধানহীন হৈ আছে কিশোৰী দুগৰাকী । চাপৰিত সৰিয়হ তুলিবলৈ যোৱাৰ পৰা নিৰুদ্দেশ ২ কিশোৰী৷ কেৰালাত আৱদ্ধ হৈ থকা বুলি পৰিয়ালক ফোনযোগে জনাইছে ২ কিশোৰীয়ে। কিশোৰী দুগৰাকী মানৱ সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ ৷ ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

Leave A Reply

Your email address will not be published.