হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় দিনাও বিসংগতি

হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় দিনাও বিসংগতি। কোকৰাঝাৰত ভুলকৈ আহিল প্ৰশ্নকাকত।
ডি এন হিমৎসিংকা হাইস্কুল পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত সালসলনি। সমাজ বিজ্ঞানৰ পৰিবৰ্তে আহিল সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত। সোমবাৰে আছিল মেট্ৰিকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা। প্ৰশ্নকাকত সালসলনিৰ বাবে পৰীক্ষা আৰম্ভ হোৱাত বিলম্ব। প্ৰশ্নকাকতৰ বিসংগতিক লৈ শিক্ষাৰ্থী-অভিভাৱকৰ মাজত হাহাকাৰ। দৌৰাদৌৰিকৈ থানাৰ পৰা সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত আনি পৰীক্ষা আৰম্ভ। কেন্দ্ৰটোত ১৫ মিনিট সময় পলমকৈ আৰম্ভ হয় পৰীক্ষা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...