কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী? নিশা GS ৰোডত চাঞ্চল্যকৰ ঘটনা

0 650

নিশা মহানগৰীৰ GS ৰোডত চাঞ্চল্যকৰ ঘটনা। যুৱতীক অপহৰণৰ চেষ্টা উদণ্ড যুৱকৰ দলৰ।
অপহৰণত ব্যর্থ হৈ যুৱতীৰ সতীৰ্থক বাহনৰে খুন্দা। সতীৰ্থক বিলাসী বাহনেৰে মহটিয়াই নিলে উদণ্ড যুৱকে।
বাহনখনৰ গৰাকী পাঞ্জাবাৰীৰ হীৰকজ্যোতি পাঠক। ঘটনাৰ পাছৰে পৰা বাহনসহ পলাতক অভিযুক্ত। আহত যুৱতী-যুৱতীগৰাকীৰ সতীৰ্থক হাস্পতালত ভৰ্তি।

Leave A Reply

Your email address will not be published.