ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা

ৰাজ্যত ইটোৰ পাছত সিটোকৈ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ সময়তে সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
কাজিৰঙাৰ হাৰমতিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষ। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ৪ গৰাকী যাত্ৰী। আহত লোকসকলক জখলাবন্ধালৈ প্ৰেৰণ কৰা হয়। গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখী বাছ আৰু বিপৰীত দিশৰ পৰা চাৰিচকীয়া বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ সংঘটিত হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...