ৰামলীলাক বিকৃত কৰি আটক অধ্যাপকসহ, ৫শিক্ষাৰ্থী

এইবাৰ ৰামলীলাক বিকৃত কৰি আৰক্ষীৰ জালত পৰিল এজন অধ্যাপকসহ ৫জনকৈ শিক্ষাৰ্থী। ঘটনা পুনেৰ। ৰামলীলাক বিকৃত কৰাৰ অভিযোগত আটক হৈছে পুনে বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকসহ, ৫শিক্ষাৰ্থী। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিকৃত ৰামলীলাৰ দৃশ্য। য’ত সীতাৰ মুখত শুনা পোৱা গৈছে অশ্ৰাৱ্য গালি-গালাজ। কেৱল সেয়াই নহয় ভাইৰেল ভিডিঅ’টোত সীতাৰ মুখত চিগাৰেটো দেখিবলৈ পোৱা গৈছে। এই ঘটনাক এতিয়গৰিহণা দিছে বহুজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...