অসমৰ ছাত্রক অৰুণাচলত হত্যা

মহাষ্টমীৰ নিশা অৰুণাচলত অঘটন। অসমৰ ছাত্ৰক নৃশংস হত্যাক লৈ উত্তাল অসম-অৰুণাচল সীমান্ত। পূজা চাবলৈ যোৱা ছাত্ৰজনৰ ডিঙি ৰেপি হত্যা অৰুণাচলী দুৰ্বৃত্তৰ। হত্যাকাৰীক শাস্তিৰ দাবী অৰুণাচলৰ বিৰুদ্ধে অবৰোধ উত্তেজিত সীমান্তবাসী অসমীয়াৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...

কোন হ’ব মন্ত্ৰী ? ১২ জনীয়া মন্ত্ৰীসভাত সোমাব আৰু কাৰ কাৰ নাম ?

✒️ মুন গোস্বামী জুন মাহৰ প্ৰথম সপ্তাহতে হিমন্ত 2.0 মন্ত্ৰীসভাৰ...

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...