চৰকাৰী বাসভৱনতে IPS বিষয়াক হত্যা

0 114

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তিনিদিনীয়া ভ্ৰমণৰ মাজতে জম্মু–কাশ্মীৰত ভয়ংকৰ ঘটনা। কাৰাগাৰ শাখাৰ আৰক্ষী সঞ্চালক হেমন্ত কুমাৰ লোহিয়াক নিজৰ চৰকাৰী বাসভৱনত নৃশংস হত্যা। IPS লোহিয়াক ঘৰৰ বনকৰা যুৱকেই হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। চোকা অস্ত্ৰৰে IPS বিষয়াগৰাকীৰ ডিঙি কাটি দিয়া হৈছিল আৰু তাৰ পিছত জ্বলাই দিয়া হৈছিল মৃতদেহ।

Leave A Reply

Your email address will not be published.