দুৰ্গাৰ প্ৰতিমা বিসৰ্জনৰ বাবে সাজু মহানগৰ প্ৰশাসন

কাইলৈ বিজয়া দশমী। নৈত বিলীন হৈ যাব মা দুৰ্গাৰ মৃন্ময় প্ৰতিমা। ইতিমধ্যে সাজু হৈ উঠিছে নিৰ্দিষ্ট বিসৰ্জনস্থলীসমূহ। সাজু গুৱাহাটী মহানগৰ প্ৰশাসন। নিৰ্দিষ্ট নিয়মাৱলীৰ মাজেৰে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ঘাটসমূহত বিসৰ্জন দিব পাৰিব দেৱী প্ৰতিমা। অৱশ্যে এইবাৰ দশমীত কোনো আয়োজকে ব্যৱহাৰ কৰিব নোৱাৰি কোনো উচ্চস্তৰৰ সংগীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...