অসমৰ ছাত্রক অৰুণাচলত হত্যা

0 180

মহাষ্টমীৰ নিশা অৰুণাচলত অঘটন। অসমৰ ছাত্ৰক নৃশংস হত্যাক লৈ উত্তাল অসম-অৰুণাচল সীমান্ত। পূজা চাবলৈ যোৱা ছাত্ৰজনৰ ডিঙি ৰেপি হত্যা অৰুণাচলী দুৰ্বৃত্তৰ। হত্যাকাৰীক শাস্তিৰ দাবী অৰুণাচলৰ বিৰুদ্ধে অবৰোধ উত্তেজিত সীমান্তবাসী অসমীয়াৰ।

Leave A Reply

Your email address will not be published.