এটি দুৰ্ভগীয়া পৰিয়াললৈ নামি আহিল কাল অমানিশা

0 24,815

ৰাজপথত পিতৃৰ নিঠৰ শৰীৰ। কাষত পত্নীৰ কান্দোন। আহত মাতৃক শান্তনা দিছে এটি কণমানিয়ে। লখিমপুৰত পূজাৰ মাজতেই এটি দুৰ্ভগীয়া পৰিয়াললৈ নামি আহিল কাল অমানিশা। ৰাজ্যৰ আন কেইবা ঠাইতো পূজাৰ বতৰতে সংঘটিত হৈছে পথ দুৰ্ঘটনা।

Leave A Reply

Your email address will not be published.