শ্বেয়াৰ বজাৰত ১৯৫ বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন ফেচবুক!

শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন ফেচবুকৰ মালিক সংস্থা ‘মেটা’। এদিনতে ২৬ শতাংশ হ্ৰাস মেটাৰ শ্বেয়াৰৰ মূল্য। বৰ্তমানলৈকে শ্বেয়াৰ বজাৰত ফেচবুকৰ এয়াই বৃহৎ পতন। ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা হ্ৰাসৰ প্ৰভাৱ পৰিছে শ্বেয়াৰ বজাৰত।

ফেচবুকৰ ইতিহাসত প্ৰথমবাৰলৈ হ্ৰাস ব্যৱহাৰকাৰীৰ সংখ্যা। ১৯৫ বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন ফেচবুক। ‘মেটা’ৰ মালিক মাৰ্ক জোকাৰবাৰ্গৰ সম্পত্তি ২৪ বিলিয়ন ডলাৰ লোকচান। মাৰ্কিন শ্বেয়াৰ বজাৰত বৰ্তমানলৈকে এয়াই সৰ্ববৃহৎ পতন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ! আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি ৰামানুজৰ

পত্নীৰ পাছত কোন টাৰ্গেট এইবাৰ ৰামানুজৰ? কাৰাগাৰৰ পৰা ওলাই...

পত্নীক হত্যা কৰি অনুতপ্ত নেকি ৰামানুজ!

পত্নীক হত্যাৰ সন্দৰ্ভত মুখ খুলিছে ৰামানুজে। সোমবাৰে আদালতত সাংবাদিকৰ...

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰিখটাৰ স্কেলত প্ৰাবল্য...

আজি সুধাকণ্ঠৰ জন্মদিন, অসমে সোঁৱৰিছে মহান শিল্পীক

আজি অসমৰ সাংস্কৃতিক জগতৰ বাবে এক বিশেষ দিন। সুধাকণ্ঠ...