আজি বিশ্ব কৰ্কট ৰোগ দিৱস

আজি বিশ্ব কৰ্কট ৰোগ দিৱস। প্ৰতিবছৰে ৪ ফেব্ৰুৱাৰী দিনটোত পালন কৰা হয় এই দিৱস। কৰ্কট দিৱস উপলক্ষে বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ বিশেষ পদক্ষেপ। কৰ্কট ৰোগ সম্পর্কে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আয়োজন কৰে চাইকেল ৰেলী। ৫০ ৰো অধিক চাইক্লিষ্টে অংশগ্রহণ কৰে এই ৰেলীত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লী আৰক্ষীৰ হাতত আটক মমতা বেনাৰ্জী, প্ৰিজন ভেনত বহি গালে ‘জাগো দুৰ্গা’

দিল্লীত আটক কৰা হ’ল পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা...

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস: কিদৰে যত্ন ল’ব মানসিক স্বাস্থ্যৰ?

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। বিশ্বজুৰি মানসিক স্বাস্থ্য সম্পৰ্কে...

বিশ্ব মঞ্চত অসমৰ আৰক্ষী জোৱানৰ চমক! লন বাউলছত ভাৰতৰ প্ৰথমটো পদক নিশ্চিত কৰিলে পুতুল সোণোৱালে

বিশ্ব বাউলছ চেম্পিয়ন অৱ চেম্পিয়নছ প্ৰতিযোগিতাত ইতিহাস সৃষ্টি কৰিছে...