শ্বেয়াৰ বজাৰত ১৯৫ বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন ফেচবুক!

শ্বেয়াৰ বজাৰত বৃহৎ লোকচানৰ সন্মুখীন ফেচবুকৰ মালিক সংস্থা ‘মেটা’। এদিনতে ২৬ শতাংশ হ্ৰাস মেটাৰ শ্বেয়াৰৰ মূল্য। বৰ্তমানলৈকে শ্বেয়াৰ বজাৰত ফেচবুকৰ এয়াই বৃহৎ পতন। ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা হ্ৰাসৰ প্ৰভাৱ পৰিছে শ্বেয়াৰ বজাৰত।

ফেচবুকৰ ইতিহাসত প্ৰথমবাৰলৈ হ্ৰাস ব্যৱহাৰকাৰীৰ সংখ্যা। ১৯৫ বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন ফেচবুক। ‘মেটা’ৰ মালিক মাৰ্ক জোকাৰবাৰ্গৰ সম্পত্তি ২৪ বিলিয়ন ডলাৰ লোকচান। মাৰ্কিন শ্বেয়াৰ বজাৰত বৰ্তমানলৈকে এয়াই সৰ্ববৃহৎ পতন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...