গুৱাহাটীত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা, জালত ৩ সৰবৰাহকাৰী

গুৱাহাটীত নাৰ্কটিকছ কন্ট্ৰল ব্যুৰ’ৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

NCBৰ নিজাববীয়া খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে ৩,৮৩৬.৫ কেজি গাঞ্জা।

৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ যোৰাবাটৰ পৰা জব্দ কৰে দুখন ট্ৰাককৈ গাঞ্জাভৰ্তি ট্ৰাক।

ত্ৰিপুৰাৰ পৰা বিহাৰ অভিমুখে গৈছিল দুয়োখন ট্ৰাক।

জব্দ কৰা এখন ট্ৰাক নাগালেণ্ড আৰু আনখন অসমৰ

অভিযানত গ্ৰেপ্তাৰ ৩ ড্ৰাগছ সৰবৰাহকাৰীক

হাফিজুল মণ্ডল, আব্দুল খালেক আৰু আছামুদ্দিন বণিয়া নামৰ ৩ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...

জিম্বাবুৱে ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দল ঘোষণা: বাদ পৰিল সঞ্জু ছেমচন, স্থান পালে ১৫ বছৰীয়া ‘অৰেঞ্জ কেপ’ বিজয়ী বৈভৱে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) জিম্বাবুৱেৰ বিৰুদ্ধে হ’বলগীয়া আগন্তুক...

অযোধ্যাৰ ৰাম মন্দিৰত ধন আত্মসাতৰ অভিযোগ: চম্পত ৰায় আৰু অনিল মিশ্ৰৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰত দান-বৰঙণি আত্মসাতৰ অভিযোগৰ মাজতে...