এবছৰলৈ সম্প্ৰসাৰণ নহয় হিমন্ত বিশ্ব মন্ত্ৰীসভা

অহা এবছৰলৈ ৰাজ্যত সম্প্ৰসাৰণ নহয় মন্ত্ৰীসভাৰ
কামাখ্যাত এক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীৰ এই ঘোষণা
‘নিগম-নিকায়ৰ ব্যাপক সাল-সলনি কৰা হৈছে’
‘বহুজনক নতুন দায়িত্ব অৰ্পণ কৰা হৈছে’
‘নতুন দায়িত্ব লাভ কৰা সকলে নিয়াৰিকৈ দায়িত্ব পালন কৰক’
‘লাভৰ মুখ দেখিব লাগিব ৰাজ্যৰ নিগম-নিকায়ে’
পূৰ্বৰ দৰে লোকচানত চলিলে নহ’ব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ মাহজোৰা আয়োজনৰ আনুষ্ঠানিক নিৰ্দেশনা অসম চৰকাৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰ পূৰ্তি উপলক্ষে...

লাডাখৰ বাবে নতুন সাংবিধানিক ব্যৱস্থা! কি আছে প্ৰস্তাৱিত Article 371(K)ত?

লাডাখৰ ৰাজনৈতিক অধিকাৰ আৰু ভূমি-সংস্কৃতিৰ সুৰক্ষাক লৈ কেন্দ্ৰই আগবঢ়াইছে...

অগ্নিবীৰক লৈ ‘হানী ট্ৰেপ’ৰ আশংকা; পাকিস্তানৰ আই এছ আইকে ধৰি বিদেশী চোৰাংচোৱা সংস্থাৰ লক্ষ্যত অগ্নিবীৰ

অগ্নিবীৰসকলক লৈ বৃদ্ধি পাইছে ‘হানী ট্ৰেপ’ৰ আশংকা। পাকিস্তানৰ আই...

উচ্ছেদিতক পুনৰ সংস্থাপনসহ ১০ দফীয়া দাবীত আমছুৰ প্ৰতিবাদ

উচ্ছেদিত লোকৰ পুনৰ সংস্থাপন, ভূমিহীনক ভূমিৰ পট্টা প্ৰদানকে ধৰি...