গুৱাহাটীৰ ক’ত ক’ত ফুটাব নোৱাৰিব ফটকা?

দীপাৱলী উপলক্ষে হাই এলাৰ্ট জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে
আৰক্ষীৰ মধ্য জিলাই জাৰি কৰিছে এক নিৰ্দেশনা
গুৱাহাটী তেল শোধানাগাৰৰ ৫০০ মিটাৰৰ ব্যাসাৰ্ধত ফুটাব নোৱাৰিব ফটকা
সাতগাঁও অইল ইণ্ডিয়া পাম্পিং ষ্টেচনৰ সমীপতো ফুটাব নোৱাৰিব ফটকা
তেলৰ পাইপৰ ওচৰে পাজৰেও আতচবাজী নিষিদ্ধ

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...