বিজেপিক কেতিয়াও ভোট নিদিয়া মানুহে এইবাৰ ভোট দিছে : মুখ্যমন্ত্ৰী

৫ সমষ্টিত বৃহৎ জয়ৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল
বিজেপিৰ ফলাফল অতি চমকপ্ৰদ: মুখ্যমন্ত্ৰী
অভূতপূৰ্ব জনাদেশৰ বাবে ৰাইজক ধন্যবাদ মুখ্যমন্ত্ৰীৰ
প্ৰতিটো নিৰ্বাচনী প্ৰতিশ্ৰুতি পুৰণ কৰিম: মুখ্যমন্ত্ৰী
অসমৰ আৰু দুই, তিনিটা সমষ্টিত ৰাইজে উপ নিৰ্বাচন বিচাৰে
কালি নিশা ১০.৩০ বজালৈ ১০–১২ জন কংগ্ৰেছৰ বিধায়কে মোলৈ ফোন কৰিছিল
কেওজন বিধায়কে কংগ্ৰেছৰ পৰাজয় নিশ্চিত বুলি মোক জনাইছিল
আমাৰ চৰকাৰখনৰ ওপৰত ৰাইজৰ আস্থা এই উপ নিৰ্বাচনে প্ৰতিপন্ন কৰিলে
বিজেপিক কেতিয়াও ভোট নিদিয়া মানুহে এইবাৰ ভোট দিছে
হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এই সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ
সংবাদমেলত মুখ্যমন্ত্ৰীৰ সৈতে অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...