মাজুলীৰ উপ-নিৰ্বাচনত AJPক সহায় কৰিব কংগ্ৰেছে

৫ সমষ্টিৰ উপ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ দায়িত্ব স্বীকাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ। জয়ৰ বাবে মুখ্যমন্ত্ৰীক অভিনন্দন জনাই ভূপেন বৰাই। নিৰ্বাচনত ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বৰাৰ। শোচনীয় পৰাজয়ৰ পিছত ভূপেন বৰাৰ মন্তব্য মহাজোঁট ভংগৰ সিদ্ধান্ত শুদ্ধ আছিল। মহাজোঁট ভংগৰ উপ-নিৰ্বাচনত প্ৰভাৱ পেলোৱা নাই বুলি দাবী বৰাৰ। মাজুলীৰ উপ-নিৰ্বাচনত AJPক কংগ্ৰেছে সহায় কৰিব বুলি ঘোষণা। আগলৈ কংগ্ৰেছে অসমত অকলেই নিৰ্বাচন খেলিব বুলি মন্তব্য APCC সভাপতিজনৰ। ৰাইজৰ দলে উপ-নিৰ্বাচনত কংগ্ৰেছক কোনো ক্ষতি কৰা নাই বুলিও দাবী বৰাৰ।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...