ৰাজ্যত ঘৰ ভাড়া সম্পৰ্কীয় নতুন আইন বলৱৎ

ৰাজ্যত ঘৰ ভাড়া সম্পৰ্কীয় নতুন আইন বলৱৎ
চুক্তিপত্ৰৰ দ্বাৰাহে ঘৰ ভাড়াত দিব পাৰিব গৰাকীয়ে
ঘৰ ভাড়াত দিলে জনাব লাগিব চৰকাৰক
কিমান টকাত ভাড়া দিছে জনাব লাগিব
চৰকাৰে এটা ইউনিক আইডেণ্টিফিকেচন নাম্বাৰ দিব
চুক্তিপত্ৰখন আপলোড কৰা হ’ব চৰকাৰী ৱেবছাইটত
মালিক আৰু ভাড়াতীয়াৰ PAN, আধাৰ নম্বৰ জনাব লাগিব

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

লাডাখত ২২,০০০ ফুট উচ্চতাত DRDOৰ স্বদেশী কম্বেট পেৰাচ্যুট ছিষ্টেমৰ সফল পৰীক্ষণ

ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ অধীনস্থ Aerial...

ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ-প্ৰজন্মক উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্রীলৈ আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ

সম্প্রতি ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ...

দক্ষিণ-চীন সাগৰত চীনৰ নতুন সামৰিক ৰাডাৰৰ ঘাটি নিৰ্মাণৰ সন্দেহ

দক্ষিণ চীন সাগৰৰ বিতৰ্কিত পাৰাচেল দ্বীপপুঞ্জৰ এণ্টিলোপ ৰীফৰ সমীপৰ...