২০২৪ত কোন হ’ব গুৱাহাটীৰ সাংসদ?

এফালে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আনফালে সমান্তৰালভাৱে আগবাঢ়িছে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিও। তৎপৰতা বাঢ়িছে গুৱাহাটী লোকসভাকলৈও। শাসকীয় পক্ষই পূৰ্বৰ মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া পৰম্পৰা অটুট ৰাখিও সলনি কৰিব পাৰে প্ৰাৰ্থীৰ মুখ। কুইন ওজাক বঞ্চিত কৰি গুৱাহাটী আগবঢ়াই দিব পাৰে আঙুৰলতা ডেকাক। আনহাতে বাধ্যত পৰি লখিমপুৰ এৰি গুৱাহাটীলৈ অহাৰ মন মেলিছে প্ৰাক্তন সাংসদ ৰাণী নৰহে। ৰাণী নৰহ হ’ব পাৰে গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...