ঘৰভাৰা নাপাই গাঁৱৰ ঘৰলৈ যাবলৈ টালি-টোপোলা বান্ধিছে বিধায়কে

গুৱাহাটী মহানগৰীত এটা ভাড়াঘৰ বিচাৰি এতিয়া হাবাথুৰি খাইছে একাংশ বিধায়কে। দিছপুৰৰ বিধায়ক আবাসগৃহ চৌহদত থকা অসম আৰ্হিৰ পুৰণি আবাস গৃহসমূহ শীঘ্ৰে খালী কৰিবলৈ জাননী দিয়া হৈছে বিধায়কসকলক। বিধানসভা সচিবালয়ৰ জাননী লাভৰ পিছতে মহানগৰীত ভাড়াঘৰ বিচাৰি হাহাকাৰ কৰিছে বহু বিধায়কে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...

গুজৰাটত টকাৰ বৰষুণ…

গুজৰাটত টকাৰ বৰষুণ। এজন কণ্ঠশিল্পীক ডিঙিলৈকে ওপচালে টকাৰে। এটা...