২০২৪ত কোন হ’ব গুৱাহাটীৰ সাংসদ?

এফালে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আনফালে সমান্তৰালভাৱে আগবাঢ়িছে লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিও। তৎপৰতা বাঢ়িছে গুৱাহাটী লোকসভাকলৈও। শাসকীয় পক্ষই পূৰ্বৰ মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া পৰম্পৰা অটুট ৰাখিও সলনি কৰিব পাৰে প্ৰাৰ্থীৰ মুখ। কুইন ওজাক বঞ্চিত কৰি গুৱাহাটী আগবঢ়াই দিব পাৰে আঙুৰলতা ডেকাক। আনহাতে বাধ্যত পৰি লখিমপুৰ এৰি গুৱাহাটীলৈ অহাৰ মন মেলিছে প্ৰাক্তন সাংসদ ৰাণী নৰহে। ৰাণী নৰহ হ’ব পাৰে গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত ৰহস্যজনক মৃত্যু, তদন্তৰ বাবে গুৱাহাটীত উপস্থিত অন্ধ্ৰপ্ৰদেশৰ আৰক্ষী

গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ অন্ধ্ৰপ্ৰদেশত হোৱা ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত...

বিলাসীপাৰাৰ মায়াৰচৰত চাঞ্চল্যকৰ ঘটনা! বিয়াৰ প্ৰলোভনেৰে মহিলাৰ ধন-সোণ লুট

বিলাসীপাৰাৰ মায়াৰচৰ ১ম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।...