পশ্চিমবংগত ২৫ হাজাৰ ৭৫৩ শিক্ষকৰ নিযুক্তি বাতিল

পশ্চিমবংগত ২৫ হাজাৰ ৭৫৩ শিক্ষকৰ নিযুক্তি বাতিল। অবৈধ প্ৰক্ৰিয়াৰে নিযুক্তি লাভৰ অভিযোগ ন্যায়ালয়ত। কলিকতা উচ্চ ন্যায়ালয়ে সোমবাৰে বাতিল কৰে এই নিযুক্তি। ২০১৬ত নিযুক্তি দিয়া হৈছিল এইসকল শিক্ষকক।২০১৬ৰ পৰা লাভ কৰা দৰমহাৰ ধন সুতসহ ঘূৰাই দিয়াৰ নিৰ্দেশ । ১২ শতাংশ সুতসহ শিক্ষকসকলে ঘূৰাই দিব লাগিব দৰমহাৰ ধন। ৪ সপ্তাহৰ ভিতৰত এই ধন ঘূৰাই দিয়াৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ । অধিকাংশ শিক্ষকে উকা OMR শ্বীট জমা দিয়ে লাভ কৰিছিল নিযুক্তি। শিক্ষকসকলৰ পৰা ধন সংগ্ৰহৰ নিৰ্দেশ জিলা দণ্ডাধীশক ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...