- কৰ’নাৰ সংক্ৰমণ হ্ৰাস!
- দিল্লীত সাপ্তাহান্তিক সান্ধ্য আইন প্ৰত্যাহাৰ
- ৫০% আসনেৰে চিনেমা, ৰেস্তোৰাঁ মুকলিৰ অনুমতি
- প্ৰত্যাহাৰ দোকান-বজাৰ খোলাৰ যুগ্ম-অযুগ্ম নীতি
- ১০০% দোকানেই খোলাৰ অনুমতি
- অব্যাহত থাকিব নৈশ সান্ধ্য আইন
- বিগত এসপ্তাহত লক্ষ্যণীয়ভাৱ হ্ৰাস পাইছে ক’ভিডৰ সংক্ৰমণ