মন গ’লেই অসম-উত্তৰ পূৱ ভ্ৰমণ কৰিব নোৱাৰিব আমেৰিকাৰ নাগৰিকে; সৱিশেষ পঢ়ক…

  • অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভ্রমণৰ ক্ষেত্রত আমেৰিকাৰ বিষয়া-কৰ্মচাৰীক সতৰ্কবাণী
  • কলকাতাত থকা দেশখনৰ কন্সুলেট জেনেৰেলৰ অনুমতি লৈহে ভ্রমণৰ পৰামৰ্শ
  • নিৰাপত্তাজনিত কাৰণতে এনে সতৰ্কবাণী আমেৰিকাৰ
  • কাশ্মীৰ ভ্রমণ নকৰিবলৈও নাগৰিকক সতৰ্কবাণী
  • ভাৰত-পাকিস্তান সীমান্তৰ ১০কিঃমিঃৰ ভিতৰৰ এলেকা ভ্রমণ নকৰিবলৈও সতৰ্কবাণী
  • মহাৰাষ্ট্ৰ, পশ্চিমবংগ, তেলেংগানাৰ মাওবাদী অধ্যুষিত এলেকাৰ ক্ষেত্রতো সতৰ্কবাণী
  • দেশত বলাৎকাৰ বৃহত্তম অপৰাধ হিচাপে পৰিগণিত হোৱাৰ কথাও উল্লেখ সতৰ্কবাণীত
  • সতৰ্কবাণীত উত্তৰ-পূৰ্বাঞ্চলত সঘনাই বিস্ফোৰণ আদিৰ কথাও উল্লেখ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...