UPSCৰ মূল পৰীক্ষাৰ ফলাফল : তালিকাত অসমৰ কেইবাজনৰো স্থান লাভ

UPSCৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা।
বিভিন্ন বিভাগৰ বাবে মুঠ ১০১৬গৰাকী প্ৰাৰ্থী বাছনি।
শীৰ্ষ স্থান অধিকাৰ আদিত্য শ্ৰীবাস্তৱৰ।
দ্বিতীয়, তৃতীয় স্থানত ক্রমে অনিমেষ প্ৰধান, ডনুৰু অনন্যা ৰেড্ডী।
বাছনি কৰা হৈছে IAS, IFS, IPSৰ প্ৰাৰ্থী।
কেন্দ্ৰীয় চৰকাৰৰ গ্রুপ ‘A’, গ্রুপ ‘‍B’ বাবেও প্রাৰ্থী বাছনি।
২০২৩ত অনুষ্ঠিত হৈছিল UPSCৰ লিখিত পৰীক্ষা।
সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল যোৱা জানুৱাৰী-এপ্ৰিলত।

তালিকাত অসমৰ ৪জনৰ স্থান লাভ
১৭২ সংখ্যাক অভিজ্ঞান হাজৰিকা
২৩০ সংখ্যাক স্থানত ৰিকি লহকৰ প্ৰধান
৫৫২ সংখ্যক স্থানত ভাস্বত শইকীয়া
৯৯২ সংখ্যক স্থানত অসমৰ কল্লোল হাজৰিকা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...