প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ বাবে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা

প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ বাবে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা। গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি বাণিজ্যিক বাহন নিষিদ্ধ। ডি জি ৰোড, এন বি ৰোড, বি বৰুৱা ৰোড, জি এছ ৰোডত নিষেধাজ্ঞা। আবেলি ৩ বজাৰ পৰা ১০ বজালৈ চলিব নোৱাৰিব বাণিজ্যিক বাহন। ধীৰ গতিৰ বাহন, ঠেলা গাড়ীও নিষিদ্ধ এই সময়ছোৱাত। বিমানবন্দৰৰ পৰা খানাপাৰালৈ চলা চিটী বাছ হ’ব নিয়ন্ত্ৰিত। ABC পইণ্টৰ পৰা বিধানসভাৰ ৰ’টাৰীলৈ ৪ বজাৰ পৰা মুকলি থাকিব এটা লে’ন। আনটো লে’নেৰে পাৰ কৰা হ’ব প্ৰধানমন্ত্ৰীৰ কনভয়। এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহিনী আদিৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা নাথাকিব। বৰঝাৰৰ পৰা গুৱাহাটীৰ মাজেদি খানাপাৰালৈ বাহনৰ যাতায়াত হ’ব নিয়ন্ত্ৰিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আফগানিস্তানত পাকিস্তানৰ পুনৰ বিমান আক্ৰমণ; নিহত ৯গৰাকী সাধাৰণ জনতা, আহত ১১

আফগানিস্তানত পুনৰ বিমান আক্ৰমণ পাকিস্তানৰ। তালিবান চৰকাৰৰ দাবী অনুসৰি,...

আজি আন্তঃৰাষ্ট্ৰীয় কফি দিৱসঃ চাহৰ দেশত কফিৰ খেতি! অসমলৈ কেনেকৈ আহিল কফি, ক’ত হয় উৎপাদন?

আজি ১ অক্টোবৰত পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় কফি দিৱস।...

ধেমাজি ডাক বিভাগৰ অভিনৱ পদক্ষেপ; এতিয়াৰে পৰা ড্ৰোনেৰে কৰিব পাৰিব চিঠি-পত্ৰৰ আদান-প্ৰদান

ধেমাজিৰ আকাশত বৃহৎ আকাৰৰ ড্ৰোন প্ৰত্যক্ষ কৰি আচৰিত হৈ...