UPSCৰ মূল পৰীক্ষাৰ ফলাফল : তালিকাত অসমৰ কেইবাজনৰো স্থান লাভ

UPSCৰ মূল পৰীক্ষাৰ ফলাফল ঘোষণা।
বিভিন্ন বিভাগৰ বাবে মুঠ ১০১৬গৰাকী প্ৰাৰ্থী বাছনি।
শীৰ্ষ স্থান অধিকাৰ আদিত্য শ্ৰীবাস্তৱৰ।
দ্বিতীয়, তৃতীয় স্থানত ক্রমে অনিমেষ প্ৰধান, ডনুৰু অনন্যা ৰেড্ডী।
বাছনি কৰা হৈছে IAS, IFS, IPSৰ প্ৰাৰ্থী।
কেন্দ্ৰীয় চৰকাৰৰ গ্রুপ ‘A’, গ্রুপ ‘‍B’ বাবেও প্রাৰ্থী বাছনি।
২০২৩ত অনুষ্ঠিত হৈছিল UPSCৰ লিখিত পৰীক্ষা।
সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল যোৱা জানুৱাৰী-এপ্ৰিলত।

তালিকাত অসমৰ ৪জনৰ স্থান লাভ
১৭২ সংখ্যাক অভিজ্ঞান হাজৰিকা
২৩০ সংখ্যাক স্থানত ৰিকি লহকৰ প্ৰধান
৫৫২ সংখ্যক স্থানত ভাস্বত শইকীয়া
৯৯২ সংখ্যক স্থানত অসমৰ কল্লোল হাজৰিকা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...