মুখ্য বাতৰি

ভাৰতত বন্ধ ৰয়টাৰ্ছকে ধৰি ৩টা বিদেশী সংবাদ মাধ্যমৰ X একাউণ্ট!

ভাৰতত ৰয়টাৰ্ছকে ধৰি একাধিক আন্তৰ্জাতিক সংবাদমাধ্যমৰ X একাউণ্ট বন্ধ কৰা হৈছে। দেওবাৰৰ পৰা এই একাউণ্টসমূহ খুলিব নোৱাৰি। ভাৰতীয় ব্যৱহাৰকাৰীসকলে একাউণ্টসমূহ খোলাৰ চেষ্টা কৰিলে এটা...

‘স্কাৰ্ট বা জিন্সৰ অনুমতি নাই’; মধ্যপ্ৰদেশৰ মন্দিৰসমূহৰ বাহিৰত লগোৱা পোষ্টাৰে সৃষ্টি কৰিছে বিতৰ্কৰ

জব্বলপুৰৰ মন্দিৰসমূহত মিনি স্কাৰ্ট বা জিন্স পৰিধান কৰি প্ৰৱেশ নিষেধ! মধ্যপ্ৰদেশৰ জব্বলপুৰৰ প্ৰায় ৪০টা মন্দিৰৰ বাহিৰত মহিলাসকলৰ বাবে নতুন পোচাক-নিৰ্দেশনা জাৰি কৰি পোষ্টাৰ লগোৱা...

ট্ৰাম্পৰ নীতিৰ বিৰুদ্ধে মাত মতাৰ ‘শাস্তি’; বিপাঙত পৰিছে ১৩৯গৰাকী চৰকাৰী কৰ্মচাৰী

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নীতিৰ বিৰোধিতা কৰি বিপাঙত পৰিছে আমেৰিকাৰ চৰকাৰী পৰিৱেশ সংস্থা এনভায়ৰনমেণ্টেল প্ৰটেকশ্যন এজেন্সী (ইপিএ)ৰ ১৩৯জন কৰ্মী। সম্প্ৰতি ট্ৰাম্পৰ পৰিৱেশ সম্পৰ্কীয় নীতিৰ...

তালিবান চৰকাৰক স্বীকৃতি দিয়া বিশ্বৰ প্ৰথমখন দেশ ৰাছিয়া

প্ৰায় চাৰি বছৰ আগতে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ পিছতো এতিয়ালৈকে কোনো দেশে তালিবান চৰকাৰক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাছিল। বৃহস্পতিবাৰে প্ৰথম দেশ হিচাপে ৰাছিয়াই তালিবান...

সন্তান জন্ম হ’লেই চৰকাৰে দিব নগদ ধন! জনসংখ্যা বৃদ্ধিৰ বাবে চীনৰ নতুন কৌশল, কিমান টকা পাব?

চীনৰ চৰকাৰে দেশৰ জনসংখ্যা বৃদ্ধিৰ বাবে নতুন কৌশল গ্ৰহণ কৰিছে। যিসকলৰ পৰিয়ালত সন্তান জন্ম হ’ব, তেওঁলোকক হাতে হাতে নগদ ধন দিয়াৰ পৰিকল্পনা কৰা হৈছে।...

Popular