সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ। শোকাৱহ ঘটনাই এতিয়া কন্দুৱাইছে সকলোকে।

যোৰহাটত শোকাৱহ ঘটনা। সন্তানৰ ফলাফল আনিবলৈ যাওঁতেই বিদ্যালয়ৰ মজিয়াত ঢলি পৰি মৃত্যুক সাৱটিলে পিতৃয়ে। যোৰহাটৰ ছেমফৰ্ড বিদ্যালয়ত এই ঘটনা। বিদ্যালয়ত প্ৰৱেশৰ সময়তে ঢলি পৰিছিল কাছগড়াল সোণাৰী গাঁৱৰ দীপাংকৰ বৰদলৈ নামৰ লোকজন। বিদ্যালয়ৰ CCTVত বন্দী হ’ল সমগ্ৰ দৃশ্য। ঘটনাৰ পাছতেই শোকৰ ছাঁ পৰিছে যোৰহাটত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...