মুখ্য বাতৰি

মৰিগাঁৱৰ ধৰমতুলত তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

মৰিগাঁৱৰ ধৰমতুলত তীৰ্থযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্তভয়ংকৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ৩জনলৈ বৃদ্ধিনিহত গুৱাহাটীৰ নুনমাটিৰ গোপাল অধিকাৰী, সুমন শৰ্মাগোপাল অধিকাৰী PWDৰ কৰ্মচাৰী আছিলআন এজনক গুৱাহাটীলৈ আনি থকা...

আকৌ ৰাফেলঃ ভাৰতীয় নৌসেনাৰ বাবে ২৬ যুদ্ধ বিমান

✒️ অচিন্ত্য শৰ্মা ভাৰতীয় বায়ুসেনাৰ বাবে ৩৬খন ৰাফেল যুদ্ধবিমান ক্ৰয় কৰাৰ পিছত এইবাৰ মোদী চৰকাৰ আগবাঢ়িছে ভাৰতীয় নৌসেনাৰ বাবে অন্য ২৫খন ৰাফেল বিমান ক্ৰয় কৰাৰ...

গুৱাহাটীত সামুদ্রিক দক্ষতা বিকাশ কেন্দ্র উদ্বোধন কৰিলে প্ৰধানমন্ত্রীয়ে

প্ৰধানমন্ত্রী মোদীৰ নেতৃত্বত উত্তৰ-পূব অভূতপূৰ্ব বিকাশৰ সাক্ষী হৈছে মুখ্যমন্ত্রী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পাণ্ডু ঘাটৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিশ্বৰ...

ভোগালী বিহু উপলক্ষে অসমবাসীলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

ভোগালী বিহু উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসমবাসীলৈ আন্তৰিক ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে। আজি এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে, ভোগালী...

আহিল গংগা বিলাস; বাৰানসী আৰু ডিব্ৰুগড়ৰ মাজত যাতায়ত চলিব জলপথেৰে

এম ভি গংগা বিলাস এম ভি গংগা বিলাসে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা যাত্ৰা আৰম্ভ কৰি ভাৰত আৰু বাংলাদেশৰ ২৭খন নদী ব্যৱস্থাৰ মাজেৰে জাহাজেৰে ৫১ দিনত...

Popular