পৰ্বতাৰোহী, প্ৰাক্তন ৰাজহ চোৰাংচোৱা বিষয়া মণিন্দ্ৰ শৰণীয়াৰ মৃত্যু

  • পৰ্বতাৰোহী, প্ৰাক্তন ৰাজহ চোৰাংচোৱা বিষয়া মণিন্দ্ৰ শৰণীয়াৰ মৃত্যু
  • বেংগালুৰুত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু এসময়ৰ সুদক্ষ বিষয়াজনৰ
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ
  • পত্নী, দুই কন্যাক এৰি থৈ গৈছে মণিন্দ্ৰ শৰণীয়াই
  • হিমালয়ৰ বহু শিখৰলৈ অভিযানত অংশ লৈছিল শৰণীয়াই
  • অপৰাধীৰ বিৰুদ্ধে আবকাৰী-ৰাজহ চোৰাংচোৱাৰ বহু অভিযানত অংশগ্ৰহণ
  • শ্ৰেষ্ঠ ছাৰ্ভিচমেনৰূপে ২০০৭ত ৰাষ্ট্ৰপতিৰ বঁটা লাভ কৰিছিল তেওঁ
  • ড্ৰাগছৰ বিৰুদ্ধে যুঁজৰ বাবে ২০০৮ত ৰাষ্ট্ৰসংঘৰো বিশেষ বঁটা পাইছিল তেওঁ
  • ২০১১ত মেঘালয় চৰকাৰৰ বিশেষ বঁটা পাইছিল প্ৰাক্তন বিষয়াজনে
  • ২০১৯ত অতি বিশিষ্ট সেৱা মেডেলো (AVSM) লাভ কৰিছিল শৰণীয়াই
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে...

অসমৰ ৩০ শতাংশ শিক্ষাৰ্থীয়ে শ্ৰেণীকোঠাত পাঠ বুজি নাপায়, শিক্ষকৰ পাঠদানক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত সেৱা সংকল্প...