মুখ্য বাতৰি

ড্ৰাগছসহ জালত মুকছিদুল ইছলাম আৰু ছাদ্দাম হুছেইন

বৰছলা আৰক্ষী আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযান। লাহৰীঘাটৰ কছাৰীবড়ী গাঁৱৰ পৰা ২ ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা মুকছিদুল ইছলাম আৰু ছাদ্দাম...

মানকাচৰত পুনৰ মুখ্যমন্ত্ৰী তদাৰকীৰ দল, পুনৰ গ্ৰেপ্তাৰ হ’ব নেকি গাঁওবুঢ়া?

মানকাচৰত পুনৰ মুখ্যমন্ত্ৰী তদাৰকী শাখা দল উপস্থিত। দুজনীয়া দল আহি উপস্থিত হৈছে হাটশিঙিমাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত। গাঁওবুঢ়া নিযুক্তি আৰু ভূমি কেলেংকাৰীৰ ওপৰত তদন্ত চলাবলৈ...

ডি আই বাহনেৰে কাঠ সৰবৰাহ, ১ লাখ টকাৰ কাঠ জব্দ

পলাশবাৰীৰ দখলাত অবৈধ চোৰাংকাঠ জব্দ । পলাশবাৰীৰ দখলাৰ পৰা লোহাৰঘাট বনাঞ্চলিক কাৰ্য্যলয়ে জব্দ কৰে চোৰাংকাঠসহ এখন বাহন। নিশা আন্ধাৰৰ সুযোগ লৈ দুখনকৈ ডি আই...

সেউজীয়া টি চাৰ্ট পৰিহিত যুৱকক হত্যা কৰি পেলাই দিলে ব্ৰহ্মপুত্ৰত!

শুৱালকুছি ব্ৰহ্মপুত্ৰৰ ৰাজঘাটত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটোৰ মুখ মণ্ডলত আৰু দেহত আঘাতৰ চিন স্পষ্ট। মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্য- হত্যাৰ সন্দেহ! সেউজীয়া টি...

মুকলি আকাশৰ তললৈ, জামিন লাভ কৰিলে নীলিম মহন্তই!

জামিন লাভ কৰিলে নীলিম মহন্তই। অৱশেষত মুকলি আকাশৰ তললৈ নীলিম মহন্ত! সন্ধিয়াৰ ভাগত গৃহ চহৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। দুদিন পূৰ্বে লখিমপুৰ আৰক্ষীৰ সহযোগত...

Popular