মুখ্য বাতৰি

এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত দেখা নাযাব নেকি অসমৰ প্ৰতীকপট?

গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে অসমৰ প্ৰতীকপট প্ৰেৰণ কৰিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে পত্ৰ। ‘আজাদী কা অমৃত মহোৎসৱ’ক লৈ সাজু হ’বলৈ নিৰ্দেশ দিছে অসম...

১০ কেজি চিতলৰ সোৱাদ ল’ব মুখ্যমন্ত্ৰীয়ে

ভোগৰ ভোগজৰা লৈ আকৌ পালেহি হেঁপাহৰ ভোগালী। প্ৰতিজন অসমীয়া সাজু হৈছে প্ৰাণৰ বিহু উদযাপনৰ বাবে। উৰুকাৰ প্ৰাকক্ষণত আজি মুখ্যমন্ত্ৰীয়ে উপহাৰ হিচাপে লাভ কৰিলে ১০...

কিংবদন্তী গায়িকা লতা মংগেশৰকাৰ আক্ৰান্ত ক’ভিডত

কিংবদন্তী গায়িকা লতা মংগেশৰকাৰ ক’ভিডত আক্ৰান্ত। দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে ৯২ বছৰীয়া কোকিলকণ্ঠী গায়িকা গৰাকীক মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।...

বন্দুকৰে নহয় কৃষি বিপ্লৱেৰে স্বাৱলম্বী হৈছে প্ৰাক্তন NDFB কেডাৰ

কৃষি বিপ্লৱেৰে স্বাৱলম্বী হোৱাৰ সপোন প্ৰাক্তন NDFB কেডাৰৰ। বন্দুকতকৈ কৃষি কৰ্মই শ্ৰেয় বুলি মন্তব্য প্ৰাক্তন NDFB কেডাৰৰ। এসময়ত হাতত অস্ত্ৰ তুলি লৈ সন্ত্ৰাস সৃষ্টি...

বনভোজলৈ যাব নিদিয়াৰ বাবে আত্মহনন ছাত্ৰীৰ!

পিতৃয়ে বনভোজ খাবলৈ যাব নিদিয়াৰ বাবে আত্মহননৰ পথ বাচি ল’লে এগৰাকী ছাত্ৰীয়ে। মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত পাথৰকুঁৱাৰীৰ বিষ্ণু নগৰত সংঘটিত হয় এই ঘটনা। তৰুণ...

Popular