মুখ্য বাতৰি

বজাৰলৈ গৈছেনে এইকেইদিন?

বজাৰলৈ গৈছেনে এইকেইদিন। যদি নহৰু কিনিবলৈ আছে তেন্তে হাতত টকা অলপ বেছিকৈ লৈ যাব। কাৰণ নহৰু এতিয়া মহঙা হল। ৰাজ্যৰ বজাৰত প্ৰতিকিলো নহৰু এতিয়া...

ভদ্ৰ পিতৃ-মাতৃৰ অভদ্ৰ সন্তানৰ কাণ্ড

পিতৃ-মাতৃ কোটিপতি ব্যৱসায়ী নাইবা ঠিকাদাৰ। পুত্ৰক কিনি দিছে কেইবালাখটকীয়া বিলাসী গাড়ী। আৰু সেই গাড়ীৰে গুৱাহাটীত ত্ৰাসৰ সৃষ্টি কৰিছে ২০,২২ বছৰীয়া উদণ্ড পুত্ৰই। মহানগৰ আৰক্ষীয়ে...

৫ বাৰৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনক হৰুৱালে ডি গুকেশে

এবছৰৰ ভিতৰত ২ বিশ্ব চেম্পিয়নক হৰুৱাই চমক গ্রেণ্ডমাষ্টাৰ ডি গুকেশৰ ৫ বাৰৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনক হৰুৱালে ডি গুকেশে ‘জাৰ্মানী চেছ চেলেঞ্জ’ত এই অঘটন ভাৰতীয় গ্রেণ্ডমাষ্টাৰজনৰ নৰৱেৰ...

৫টা দশকৰ ভিতৰত শুকাই গ’ল এখন সু-বৃহৎ সাগৰ

৫টা দশকৰ ভিতৰত শুকাই গ’ল এখন সু-বৃহৎ সাগৰমৰুভূমিত পৰিণত এই সাগৰত এতিয়া জাহাজ নচলে, চলে উটবিশাল আয়তনৰ বাবে সাগৰৰ সৈতে তুলনা কৰা হৈছিল আৰল...

চৰকাৰৰ বন সুৰক্ষাৰ শ্লোগানক এইবাৰ অংগুষ্ঠ প্ৰাক্তন বিধায়িকাৰ

এজোপা গছ ৰুই ছেলফি উঠক, চৰকাৰে দিব দহ হাজাৰ টকাকিন্তু শাসকীয় পক্ষৰ মানুহ হ'লে যেন নিৰ্বিঘ্নে কাটি পেলাব পাৰে মূল্যবান গছঘোঁৰা টোপনি মাৰি আছে...

Popular