অহা ৫ দিনলৈ ৰাজ্যত হ’ব ধুমুহা-বৰষুণ

অসম, মেঘালয়, মিজোৰাম, মণিপুৰত ধুমুহা-বৰষুণৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই দিলে এই সকীয়নি। গুৱাহাটীত শুকুৰবাৰে সন্ধিয়া হয় পাতলীয়া বৰষুণ। বাংলাদেশ আৰু কাষৰীয়া অঞ্চলত সৃষ্টি হোৱা নিম্নচাপৰ ফলত হ’ব বৰষুণ। অহা ৫ দিনলৈ অসমসহ এই ৰাজ্যকেইখনত বৰষুণ আগজাননী। কুঁৱলীয়েও উত্তৰ-পূবৰ আকাশ ঢাকি ৰাখিব বুলি জনালে বতৰ বিজ্ঞান কেন্দ্ৰই। অৰুণাচলৰ উচ্চ এলেকাত তুষাৰপাতৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অনাগত দিনত উত্তৰ-পূবত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...