একেটা পৰিয়ালৰে ৪জনকৈ লোকক হত্যা

ৰূপহীহাটৰ গড়াজানত লোমহৰ্ষক হত্যাকাণ্ড। একেটা পৰিয়ালৰ ৪জনক হত্যা। চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা দুৰ্বৃত্তৰ। হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন দুৰ্বৃত্তৰ। ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ বৃহৎ দল। হত্যাকাণ্ডৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই। ঘৰত সোমাই ডিঙি কাটি হত্যা চাৰিওকে। নিহত পিতৃ ঘনুধৰ সৰকাৰ, মাতৃ সৰোজনী সৰকাৰ, কন্যা জয়াস্মৃতা সৰকাৰ। আৰু এজন যুৱককো হত্যা কৰে দুৰ্বৃত্তই। চিনাক্ত হোৱা নাই নিহত যুৱকজন। ঘটনাৰ সময়ত পৰিয়ালটোৰ ডাঙৰ জী নৱস্মৃতা সৰকাৰ গৈছিল বজাৰলৈ। বুধবাৰে বিয়া আছিল ডাঙৰ জী নৱস্মৃতাৰ। পৰিয়ালটোৰ পিতৃ জলজীৱন আঁচনিৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...

অমৃতপ্ৰভা মহন্তৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব চৰকাৰে : দেৱজিৎ লন শইকীয়া

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন...