মুখ্য বাতৰি

বহি পুনঃৰীক্ষণৰ পিছত উত্তৰ-পূবৰ ভিতৰত প্ৰথম স্থান গুৱাহাটীৰ দেৱৰ্ষি কাকতি বৰাৰ

বহি পুনঃৰীক্ষণৰ পিছত উত্তৰ-পূবৰ ভিতৰত প্ৰথম স্থান গুৱাহাটীৰ দেৱৰ্ষি কাকতি বৰাৰফেকাল্টি উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উষ্ম আদৰণিকেন্দ্ৰীয় মাধ্যমিক  শিক্ষা পৰিষদৰ দ্বাৰা...

ৰাজ্যত পুনৰ বজ্ৰপাতত প্ৰাণ হেৰুৱালে এজনে

ৰাজ্যত পুনৰ বজ্ৰপাতত প্ৰাণ হেৰুৱালে এজনে। এইবাৰৰ ঘটনা কাছাৰৰ। কাছাৰৰ কাটিগড়া জগদীশপুৰত সংঘটিত হৈছে এই কৰুণ ঘটনা। জলাশয়ত মাছ ধৰিবলৈ যাওঁতেই বজ্ৰ পৰি নিহত...

নৈৰ বুকুত উটি গ’ল এজন JCOসহ ৪ সেনা জোৱান

লাডাখত সেনাৰ অনুশীলনৰ সময়তে ভয়ংকৰ ঘটনা। নৈৰ বুকুত উটি গ’ল এজন JCOসহ ৪ সেনা জোৱান। নদী পাৰ হ’বলৈ লওঁতে হঠাৎ জলস্তৰ বৃদ্ধি পোৱাত সংঘটিত...

বিৰোধীৰ প্ৰতিবাদত অচল উভয় সদন

তৃতীয়বাৰৰ বাবে শাসন ভাৰ লৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন NDA চৰকাৰ সন্মুখীন হৈছে প্ৰথমটো প্ৰত্যাহ্বানৰ। প্ৰধানমন্ত্ৰী মোদীৰ শপতগ্ৰহণৰ পিছমুহূৰ্ততে NEET-NET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলকলৈ দেশজুৰি...

মুকলি আকাশৰ তললৈ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেন

মুকলি আকাশৰ তললৈ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেন। হেমন্ত চোৰেনৰ জামিন আবেদন মঞ্জুৰ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ। ভূমি কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগত জে’ললৈ গৈছিল চোৰেন।...

Popular