মুখ্য বাতৰি

অসমত কাৰ্টুন চোৰ ওলাইছে

মুখ্যমন্ত্ৰীৰ মিঞা বিতৰ্কদুটা কাৰ্টুনক লৈ বিতৰ্কঅসমত কাৰ্টুন চোৰ ওলাইছে কাৰ্টুন চুৰিৰ অভিযোগ উঠিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে। ইপিনে কাৰ্টুন চপা কৰাৰ অভিযোগত ছীল কৰি...

কলিয়াবৰত বাঘ ওলাইছে, বাঘ

এখন বিশাল চাহ বাগিছা, মনোমোহা অথচ জয়াল। দুই তিনিজন লোক সন্তৰ্পণে আহিছে বাগিছাখনলৈ। লগত আছে দুটা কুকুৰ। তেওঁলোকে হেৰোৱা কিবা এটাৰ সন্ধানত আহিছে। বাগিছাৰ...

মোহন বাগানক পৰাস্ত কৰি ডুৰাণ্ড কাপ জয় নৰ্থ ইষ্ট ইউনাইটেডৰ

নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে৷ আজি কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত হোৱা ফাইনেলত আই...

মেঘালয়ত উদ্ধাৰ বাংলাদেশৰ আৱামী লীগৰ নেতাৰ মৃতদেহ

মেঘালয়ত উদ্ধাৰ বাংলাদেশৰ আৱামী লীগৰ নেতাৰ মৃতদেহ। উমকিয়াঙৰ পাহাৰৰ এখন চুপাৰি বাগিচাত উদ্ধাৰ মৃতদেহটো। মৃত লোকজন বাংলাদেশৰ আৱামী লীগৰ নেতা ইছাক আলী খান পান্না।...

মাৰোৱাৰী সমাজে ক্ষমা খোজাত দুখ পাইছে সুস্মিতা দেৱে

বহুদিনৰ মূৰত কেমেৰাৰ সন্মুখলৈ আহি তৃণমূল কংগ্ৰেছৰ নেত্ৰী, প্ৰাক্তন সাংসদ সুস্মিতা দেৱৰ বিস্ফোৰণ। আলফা পৰা ছালফা হোৱা লোকসকলে যদি মঞ্চত থিয় হৈ আজিলৈ ক্ষমা...

Popular