বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আক্ৰমণৰ বলি হ’ল ছেইফ আলী খান

বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ আক্ৰমণৰ বলি হ’ল ছেইফ আলী খান। ছেইফ আলী খানৰ আক্ৰমণকাৰী এজন অবৈধ অনুপ্ৰৱেশকাৰী। বাংলাদেশৰ মহম্মদ শ্বৰিফুল ইছলাম শ্বেহজাদ বুলি চিনাক্ত কৰিছে মুম্বাই আৰক্ষীয়ে। আক্ৰমণকাৰীজনৰ লগত নাই কোনো ভাৰতীয় নথিপত্ৰ। আৰক্ষীয়ে জনোৱা মতে আক্ৰমণকাৰীজন ৬ মাহৰ পূৰ্বে মুম্বাইলৈ আহিছিল। ইমান দিনে বিজয় দাস বুলি ভুৱা নামেৰে চিনাকি দিছিল আক্ৰমণকাৰীজনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...