ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা

ৰাজ্যত পুনৰ সংঘটিত হৈছে ৰে’ল দুৰ্ঘটনা। শনিবাৰে নিশা লামডিং ৰে’লৱে জংচনৰ সন্মুখত দুৰ্ঘটনাগ্ৰস্ত হয় মালবাহী ৰে’ল। গুৱাহাটীৰ পৰা লামডিং অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় ৰে’লখন। লামডিং ৰে’লৱে জংচন সোমোৱাৰ পূৰ্বেই লাইনচ্যুট হয় দুটা ডবা। ফলত গুৱাহাটীৰ পৰা উজনি অভিমুখী সকলো ৰে’ল বহু ঘণ্টা ধৰি বন্ধ হৈ পৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...

ভাৰত-চীন সীমা সমস্যা সমাধানৰ লক্ষ্যৰে বেইজিং ভ্ৰমণ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ

ভাৰত-চীন সীমা বিবাদ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিবলৈ...